প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংসদ ভৱনৰ চৌহদত মহাত্মা ফুলেৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন

পোষ্ট কৰা হৈছে: 11 APR 2026 11:48AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাত্মা ফুলেৰ জন্ম জয়ন্তী উপলক্ষ্যে সংসদ ভৱন চৌহদত  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে  লিখিছে:

"সংসদ ভৱন চৌহদত  মহাত্মা ফুলেক শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁৰ আদৰ্শই অগণন লোকক শক্তি আৰু আশা প্ৰদান কৰি যাওক।"

 

***

MJPS/PRK/DM


(ৰিলিজ আই ডি : 2251141) অতিথি কক্ষ : 13