প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিহাৰৰ ৰাজ্যপালৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ

পোষ্ট কৰা হৈছে: 25 MAR 2026 6:15PM by PIB Guwahati

বিহাৰৰ ৰাজ্যপাল শ্ৰী চৈয়দ আতা হাছনাইনে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক্সৰ এটা পোষ্টত কৈছে;

‘বিহাৰৰ ৰাজ্যপাল, @atahasnain53-এ প্ৰধানমন্ত্ৰী @narendramodi-ক সাক্ষাৎ কৰে।

@GovernorBihar’

******


MJPS/ST/MK


(ৰিলিজ আই ডি : 2245871) অতিথি কক্ষ : 12