প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ সময়ত ভক্তিৰ অপৰিসীম শক্তিৰ বিষয়ে আলোকপাত কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
22 MAR 2026 9:12AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নৱৰাত্ৰিৰ আধ্যাত্মিক তাৎপৰ্যৰ বিষয়ত তেওঁৰ দৃষ্টিভংগী প্ৰকাশ কৰি মাতৃ দেৱীৰ ভক্তিৰ পৰা আহৰণ কৰা গভীৰ শক্তিৰ বিষয়ত গুৰুত্ব আলোকপাত কৰে।
প্ৰধানমন্ত্ৰীয়ে মাতৃ দেৱীৰ ভক্তিত অপৰিসীম শক্তি আছে বুলি উল্লেখ কৰি দেৱী মাৰ পূজাই ভক্তৰ হৃদয় ইতিবাচক শক্তিৰে ভৰাই তোলে বুলি কয় । এই উপলক্ষে শ্ৰী মোদীয়ে দেৱীৰ প্ৰতি উৎসৰ্গিত এটি ভক্তিমূলক গীতো সকলোৰে বাবে আগবঢ়ায়।
প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে:
মাতৃ দেৱীৰ প্ৰতি থকা ভক্তিত অপৰিসীম শক্তি আছে। ঐশ্বৰিক মাতৃক পূজা কৰিলে ভক্তৰ মন ইতিবাচক শক্তিৰে ভৰি পৰে।
***
MJPS/PRK/DM
(ৰিলিজ আই ডি : 2243490)
অতিথি কক্ষ : 10