গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে নৱৰোজ উপলক্ষ্যে সকলোকে শুভেচ্ছা জনালে
নৱৰোজে আমাৰ ঐক্য শক্তিশালী কৰক আৰু সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি, আনন্দৰ দুৱাৰ মুকলি কৰক
পোষ্ট কৰা হৈছে:
21 MAR 2026 10:58AM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে নৱৰোজ উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি আৰু আনন্দৰ কামনা কৰে।
এক্সৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, "নৱৰোজ উপলক্ষ্যে শুভেচ্ছা জনালো। এই দিনটোৱে আমাৰ ঐক্যক শক্তিশালী কৰক আৰু সকলোৰে বাবে সুস্বাস্থ্য, সমৃদ্ধি, আৰু আনন্দৰ দুৱাৰ মুকলি কৰক।"
***
RK/PR/PS/DM
(ৰিলিজ আই ডি : 2243320)
অতিথি কক্ষ : 21