প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বাৰ্তালাপ

পোষ্ট কৰা হৈছে: 02 MAR 2026 7:20AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ আঞ্চলিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিবলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে টেলিফোন যোগে বাৰ্তালাপ কৰে।

​

বাৰ্তালাপৰ সময়ত প্ৰধানমন্ত্ৰীয়ে শেহতীয়া ঘটনাসমূহৰ সন্দৰ্ভত ভাৰতৰ উদ্বেগ প্ৰকাশ কৰে আৰু সাধাৰণ নাগৰিকৰ সুৰক্ষাৰ বিষয়টোত অগ্ৰাধিকাৰ দিয়ে।

​

প্ৰধানমন্ত্ৰী মোদীয়ে অতি সোনকালে সংঘাত বন্ধ কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত ভাৰতৰ স্থিতিৰ পুনৰাবৃত্তি কৰে।

***

MJPS/Dr. Pavan Khedkar/HS


(ৰিলিজ আই ডি : 2234433) অতিথি কক্ষ : 118