প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
16 FEB 2026 10:03PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীক সাক্ষাৎ কৰে।
এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ
“প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰী ৰামনাথ কোবিন্দ জীক সাক্ষাৎ কৰি আনন্দিত হওঁ। ভিন্ন বিষয়ত তেওঁৰ অন্তৰ্দৃষ্টি সদায় চিন্তাশীল আৰু সমৃদ্ধিশালী।”
***
MJPS/SR/SB
(ৰিলিজ আই ডি : 2229035)
অতিথি কক্ষ : 4
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam