প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মহান সমাজ সংস্কাৰক শ্ৰী সন্ত সেৱালাল মহাৰাজলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
পোষ্ট কৰা হৈছে:
15 FEB 2026 2:49PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে মহান সমাজ সংস্কাৰক শ্ৰী সন্ত সেৱালাল মহাৰাজৰ জন্ম বাৰ্ষিকীত তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। “সত্য, অহিংসা, আৰু উচ্চ নৈতিক মূল্যবোধৰ বাৰ্তা প্ৰচাৰ কৰি তেওঁ সমাজত এক নতুন চেতনা জগাই তুলিছে।তেওঁৰ প্ৰেৰণাদায়ক জীৱনে চিৰদিনৰ বাবে দেশৰ জনসাধাৰণক পথ প্ৰদৰ্শন কৰি থাকিব”, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"মহান সমাজ সংস্কাৰক শ্ৰী সন্ত সেৱালাল মহাৰাজৰ জন্ম বাৰ্ষিকীত প্ৰণাম। সত্য, অহিংসা, আৰু উচ্চ নৈতিক মূল্যবোধৰ বাৰ্তা প্ৰচাৰ কৰি তেওঁ সমাজত নতুন চেতনা জগাই তুলিছে। তেওঁৰ প্ৰেৰণাদায়ক জীৱনে সদায় আমাৰ দেশবাসীক পথ প্ৰদৰ্শন কৰিব।"
জয় সেৱালাল!"
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2228571)
অতিথি কক্ষ : 5
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam