প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

গণৰাজ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 26 JAN 2026 8:19AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গণৰাজ্য দিৱস উপলক্ষে সকলো নাগৰিকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ সন্মান, গৌৰৱ আৰু মৰ্যদাৰ প্ৰতীক হিচাপে গণৰাজ্য দিৱসে সকলো নাগৰিকৰ জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক।

তেওঁ আশা প্ৰকাশ কৰে যে এই ৰাষ্ট্ৰীয় অনুষ্ঠানত বিকশিত ভাৰত গঢ়াৰ সামূহিক সংকল্প আৰু অধিক শক্তিশালী হ'ব।

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে লিখে;

“সকলো দেশবাসীক গণতন্ত্ৰ দিৱসৰ বহুত বহুত শুভেচ্ছা জনাইছো। ভাৰতৰ গৌৰৱ আৰু মৰ্যাদাৰ প্ৰতীক এই ৰাষ্ট্ৰীয় মহাপৰ্বই আপোনালোক সকলোৰে জীৱনত নতুন শক্তি আৰু নতুন উৎসাহৰ সঞ্চাৰ কৰক। বিকশিত ভাৰতৰ সংকল্প আৰু অধিক সুদৃঢ় হওক তাকে কামনা কৰিলোঁ।”

***

MJPS/ST/DB


(रिलीज़ आईडी: 2218925) आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Tamil , Telugu , Kannada , Malayalam