প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

বিগত ১১ বছৰত অসমৰ শান্তি, সংস্কৃতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য উন্নতিৰ বিষয়ে আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 17 JAN 2026 1:54PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১১ বছৰত অসমৰ শান্তি, সংস্কৃতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য উন্নতিৰ বিষয়ে আলোকপাত কৰা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰে।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ এটা পোষ্টৰ সঁহাৰি জনাই পিএমঅ' ইণ্ডিয়াৰ হেণ্ডেলত এইদৰে কয়:

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @PmargheritaBJPয়ে বিগত ১১ বছৰত অসমৰ শান্তি, সংস্কৃতি আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা উল্লেখযোগ্য উন্নতিৰ বিষয়ে লিখিছে।

তেওঁ ২০৪৭ চনৰ বিকশিত ভাৰত দৃষ্টিভংগী লগত সংগতি ৰাখি ৰাজ্যখনে বিকশিত অসমৰ দিশে অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত অৰ্থনৈতিক বিকাশৰ সৈতে পৰিৱেশগত দায়বদ্ধতাৰ ভাৰসাম্যতা ৰক্ষা কৰা উন্নয়নৰ আৰ্হিৰ ওপৰত আলোকপাত কৰে।

***

MJPS/SR/DB


(रिलीज़ आईडी: 2215577) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Gujarati , Urdu , Marathi , हिन्दी , Bengali , Tamil , Telugu , Kannada , Malayalam , Malayalam