প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কচ্ছ আৰু সৌৰাষ্ট্ৰৰ বাবে ৰাজকোটত অনুষ্ঠিত ভাইব্ৰেণ্ট গুজৰাট ৰিজনেল কনফাৰেন্সত অংশগ্ৰহণৰ আভাস ভাগ-বাটোৱাৰা কৰে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 11 JAN 2026 9:50PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ৰাজকোটত আজি কচ্ছ আৰু সৌৰাষ্ট্ৰৰ বাবে অনুষ্ঠিত ভাইব্ৰেণ্ট গুজৰাট ৰিজনেল কনফাৰেন্সত অংশগ্ৰহণৰ আভাস ভাগ-বাটোৱাৰা কৰে।

এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে লিখিছে-

“ৰাজকোটত কচ্ছ আৰু সৌৰাষ্ট্ৰৰ বাবে অনুষ্ঠিত ভাইব্ৰেণ্ট গুজৰাট ৰিজনেল কনফাৰেন্সত আজি অংশগ্ৰহণ কৰি আনন্দিত হৈছো। এই মঞ্চই এইবোৰ অঞ্চলৰ বিকাশ আৰু বিনিয়োগক উৎসাহিত কৰিব আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।”

 

 

***

MJPS/SR/KD


(ৰিলিজ আই ডি : 2213557) অতিথি কক্ষ : 29