প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 29 DEC 2025 3:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডোহাত অনুষ্ঠিত ২০২৫ চনৰ ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপত শক্তিশালীভাৱে সমাপ্ত কৰি মহিলা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন জনাইছে। ‘খেলৰ প্ৰতি তেওঁৰ উৎসৰ্গা প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো’, শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ

‘ডোহাত অনুষ্ঠিত ফিডে বিশ্ব ৰেপিড দবা চেম্পিয়নশ্বিপ ২০২৫ত শক্তিশালীভাৱে সমাপ্ত কৰি মহিলা শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা কোনেৰু হাম্পীক অভিনন্দন জনাইছো। খেলৰ প্ৰতি তেওঁৰ উৎসৰ্গা প্ৰশংসনীয়। ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভেচ্ছা জনাইছো।’

@humpy_koneru

****

MJPS/VJ/HS


(रिलीज़ आईडी: 2209436) आगंतुक पटल : 7
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , Malayalam , Kannada , Bengali , Bengali-TR , Odia , English , Urdu , Marathi , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu