প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংস্কৃত সুভাশিতমক শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়

प्रविष्टि तिथि: 29 DEC 2025 9:52AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰি কয় যে আজি উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়-

“नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्।

व्यवसायद्वितीयानां नात्यपारो महोदधिः॥"

এই সুভাশিতমে প্ৰকাশ কৰিছে যে কোনো পৰ্বত বেছি ওখ নহয় আৰু কোনো ঠাই ঢুকি পাবলৈ বেছি দূৰৈত নাই! একেদৰে কোনা সাগৰ পাৰ হ’বলৈ অতি বিশাল নহয়! দৰাচলতে, উদ্যমী বা কঠোৰ পৰিশ্ৰমীসকলৰ বাবে একোৱেই অসম্ভৱ নহয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে;

“नात्युच्चशिखरो मेरुर्नातिनीचं रसातलम्।

व्यवसायद्वितीयानां नात्यपारो महोदधिः॥"

***

MJPS/VJ/HS


(रिलीज़ आईडी: 2209433) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam