প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বৰদিন উপলক্ষে সকলোকলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপণ
পোষ্ট কৰা হৈছে:
25 DEC 2025 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছে। ‘যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’, শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰেঃ
‘সকলোকে শান্তি, সহানুভূতি আৰু আশাৰে ভৰা এক আনন্দময় বৰদিনৰ শুভেচ্ছা জনাইছো। যীচু খ্ৰীষ্টৰ শিক্ষাই আমাৰ সমাজত সম্প্ৰীতি শক্তিশালী কৰক’।
***
MJPS/VJ/MK
(ৰিলিজ আই ডি : 2208516)
অতিথি কক্ষ : 32
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam