গৃহ মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ স্বামী শ্ৰদ্ধানন্দৰ বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
স্বামী শ্রদ্ধানন্দ সৰস্বতী জীয়ে স্বৰাজ আৰু ভাৰতীয় সংস্কৃতিলৈ সমানে অৱদান আগবঢ়োৱাৰ লগতে আজীৱন সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিছিল
মহিলাৰ শিক্ষা তথা ভাৰতীয় বৌদ্ধিক পৰম্পৰাৰ প্ৰচাৰত তেওঁ এক অবিস্মৰণীয় ভূমিকা পালন কৰিছিল
পোষ্ট কৰা হৈছে:
23 DEC 2025 11:33AM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে স্বামী শ্ৰদ্ধানন্দৰ বলিদান দিৱসত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
'এক্স'ত এটা পোষ্টত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে স্বামী শ্রদ্ধানন্দ সৰস্বতী জীয়ে স্বৰাজ আৰু ভাৰতীয় সংস্কৃতিলৈ সমানে অৰিহণা যোগাইছিল তথা আজীৱন সামাজিক ব্যাধিৰ বিৰুদ্ধে যুঁজ দিছিল। শ্ৰী শ্বাহে কয় যে তেওঁ নাৰী শিক্ষা তথা ভাৰতীয় বৌদ্ধিক পৰম্পৰাৰ প্ৰচাৰত এক অবিস্মৰণীয় ভূমিকা পালন কৰিছিল। স্বামী শ্রদ্ধানন্দজীক তেওঁৰ বলিদান দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো।
***
RK / RR / PS/DD
(ৰিলিজ আই ডি : 2207764)
অতিথি কক্ষ : 28
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam