প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
কৃষকসকলৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি সংস্কৃত হিতোপদেশ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 DEC 2025 9:41AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে-
“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।”
এই হিতোপদেশত উল্লেখ কৰা হৈছে যে সোণ, ৰূপ, মাণিক আৰু সুন্দৰ বস্ত্ৰ থকাৰ পাছতো মানুহে খাদ্যৰ বাবে কৃষকসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত লিখিছে;
“सुवर्ण-रौप्य-माणिक्य-वसनैरपि पूरिताः।
तथापि प्रार्थयन्त्येव कृषकान् भक्ततृष्णया।।"
***
MJPS/VJ/DD
(रिलीज़ आईडी: 2207623)
आगंतुक पटल : 6
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam