প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ ইথিওপিয়া ভ্ৰমণ
পোষ্ট কৰা হৈছে:
16 DEC 2025 10:41PM by PIB Guwahati
দ্বিপাক্ষিক সম্পৰ্কক ‘কৌশলগত অংশীদাৰিত্ব’লৈ উন্নীত কৰা।
শুল্ক বিষয়ত সহযোগিতা আৰু পাৰস্পৰিক প্ৰশাসনিক সহায়ৰ চুক্তি।
ইথিওপিয়াৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত তথ্য কেন্দ্ৰ স্থাপনৰ বুজাবুজি চুক্তি।
ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা অভিযানৰ প্ৰশিক্ষণত সহযোগিতামূলক ব্যৱস্থা ৰূপায়ণ।
জি-২০ কমন ফ্ৰেমৱৰ্কৰ অধীনত ইথিওপিয়াৰ সন্দৰ্ভত ঋণ পুনৰ গঠনৰ বুজাবুজি চুক্তি স্বাক্ষৰ।
আইচিচিআৰ বৃত্তি কাৰ্যসূচীৰ অধীনত ইথিওপিয়াৰ পণ্ডিতসকলক বৃত্তি দুগুণ কৰা।
আইটিইচি কাৰ্যসূচীৰ অধীনত কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত ইথিওপিয়াৰ ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী ব্যক্তিসকলক বিশেষ হ্ৰস্বম্যাদী পাঠ্যক্ৰম প্ৰদানৰ ব্যৱস্থা কৰা।
ভাৰতে আদিছ আবাবাৰ মহাত্মা গান্ধী হাস্পতালৰ মাতৃ স্বাস্থ্যসেৱা, নৱজাতকৰ যত্নৰ ক্ষেত্ৰত সামৰ্থ্য বৃদ্ধিত সহায় কৰিব।
***
MJPS/ST/DB
(ৰিলিজ আই ডি : 2204978)
অতিথি কক্ষ : 43
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam