প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সংস্কৃত শ্লোকৰ উল্লেখ কৰি প্ৰকৃত সুখৰ পথ হিচাপে আত্মনিৰ্ভৰশীলতাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 DEC 2025 8:41AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্যক্তিগত আৰু ৰাষ্ট্ৰীয় প্ৰগতিৰ মূলত আত্ম-অনুশাসন আৰু আত্মনিৰ্ভৰশীলতাৰ কালজয়ী ভাৰতীয় প্রজ্ঞাৰ বিষয়ে উল্লেখ কৰে।

 

এক ধ্ৰুপদী সংস্কৃত উক্তিৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে নিৰ্ভৰশীলতাই দুখৰ জন্ম দিয়ে, আনহাতে নিজৰ কৰ্মৰ ওপৰত দক্ষতা অৰ্জন কৰিলে স্থায়ী সুখৰ সৃষ্টি হয়।

 

এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে সংস্কৃতত লিখিছেঃ

 

“सर्वं परवशं दुःखं सर्वमात्मवशं सुखम्।

एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः॥”

***

MJPS/SR/HS


(रिलीज़ आईडी: 2203941) आगंतुक पटल : 5
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Bengali-TR , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam