প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে স্পষ্ট নীতি, নিৰন্তৰ আৰু তৃণমূল পৰ্যায়ৰ পদক্ষেপৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টা সন্দৰ্ভত আলোকপাত কৰি এটা প্ৰবন্ধ শ্বেয়াৰ কৰে
পোষ্ট কৰা হৈছে:
28 NOV 2025 2:54PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্পষ্ট নীতি, নিৰন্তৰ আৰু তৃণমূল পৰ্যায়ৰ পদক্ষেপৰ জৰিয়তে বাল্য বিবাহ বন্ধ কৰাৰ বাবে ভাৰতৰ প্ৰচেষ্টা সন্দৰ্ভত এটা প্ৰবন্ধ শ্বেয়াৰ কৰিছে।
এক্সত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱীৰ এটা পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ
কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী @Annapurna4BJP জীয়ে লিখিছে যে কিছুবছৰ আগলৈকে বাল্য বিবাহ বন্ধ কৰাৰ ধাৰণাটো দূৰূহ, আনকি অসম্ভৱ যেন লাগিছিল। কিন্তু ভাৰতে নিজৰ প্ৰচেষ্টাৰ জৰিয়তে দেখুৱাইছে যে, ইয়াক উৎখাত কৰিব পাৰি। আমি স্পষ্ট নীতি, নিৰন্তৰ আৰু তৃণমূল পৰ্যায়ৰ প্ৰচেষ্টাৰ জৰিয়তে দেখুৱাইছো যে, ইচ্ছা কৰিলে, সকলো ধৰণৰ পৰিৱৰ্তনেই সম্ভৱ।
****
MJPS/SR/NB
(ৰিলিজ আই ডি : 2195879)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam