প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ভাৰতীয় সেনা বাহিনীৰ সকলো কৰ্মচাৰীক পদাতিক দিৱসৰ শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 27 OCT 2023 1:52PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনা বাহিনীৰ সকলো জোৱানলৈ পদাতিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

ভাৰতীয় সেনাৰ এডিজি, ৰাজহুৱা তথ্য বিভাগৰ এক পোষ্ট শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়,

"ভাৰতীয় সেনাৰ সকলো জোৱানলৈ পদাতিক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই দিনটো আমাৰ পদাতিক বাহিনীৰ নিৰলস সাহস আৰু দৃঢ়তাক সন্মান জনোৱাৰ দিন। তেওঁলোকৰ প্ৰতিটো প্ৰচেষ্টাই আমাৰ ৰাষ্ট্ৰৰ সুৰক্ষা আৰু সাৰ্বভৌমত্বৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰে। তেওঁলোকৰ নিৰলস সতৰ্কতা আৰু অতুলনীয় সাহসে সময়ৰ পৰীক্ষা বহন কৰি আহিছে।


(रिलीज़ आईडी: 2190819) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam