প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আই বি এছ এ বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন

পোষ্ট কৰা হৈছে: 26 AUG 2023 10:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আইবিএছএ বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলটোক অভিনন্দন জনাইছে।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স-ত পোষ্ট কৰেঃ

‘আই বি এছ এ বিশ্ব ক্ৰীড়াত স্বৰ্ণ পদক জয় কৰা ভাৰতীয় মহিলা দৃষ্টিহীন ক্ৰিকেট দলক অভিনন্দন! আমাৰ মহিলা ক্ৰীড়াবিদসকলৰ অদম্য মনোভাৱ আৰু প্ৰতিভাৰ উদাহৰণ হিচাপে এয়া এক স্মৰণীয় সাফল্য। ভাৰত গৌৰৱৰ ৰশ্মিৰে উজ্বলি উঠিছে’!

 

***

DS/MK


(ৰিলিজ আই ডি : 2189666) অতিথি কক্ষ : 25