প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে বাস্তিৰ ডিজিটেল গ্ৰন্থাগাৰৰ উদ্যোগৰ প্ৰশংসা কৰে

प्रविष्टि तिथि: 09 JUN 2023 7:12PM by PIB Guwahati

প্ৰধানমন্ত্ৰীয়ে কয় যে উত্তৰ প্ৰদেশৰ বাস্তিত ডিজিটেল লাইব্ৰেৰীৰ এই পদক্ষেপৰ দ্বাৰা প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া পৰীক্ষাৰ্থীসকল উপকৃত হ'ব।

শ্ৰী মোদীয়ে বাস্তিৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীৰ এটা টুইটত প্ৰতিক্ৰিয়া ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীয়ে টুইট কৰি কয়:

"অসাধাৰণ উদ্যোগ! যুৱক-যুৱতী আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা সকলৰ বাবে এই ডিজিটেল গ্ৰন্থাগাৰ অতি লাভজনক হ'ব"।


(रिलीज़ आईडी: 2189625) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam