প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

হাৰিয়ানাৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক

प्रविष्टि तिथि: 10 NOV 2025 6:40PM by PIB Guwahati

আজি নতুন দিল্লীত হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰীযুত নায়াব ছাইনীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

“হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী নায়াব ছাইনী@NayabSainiBJP য়ে  সাক্ষাৎ কৰে  প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীক @narendramodi।”

@cmohry

 

***

MJPS/VJ


(रिलीज़ आईडी: 2188607) आगंतुक पटल : 22
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam