প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী দৰবাৰ চাহিবৰ প্ৰাক্তন প্ৰধান গ্ৰন্থী সিং চাহিব গিয়ানী জগতাৰ সিং জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 28 AUG 2023 1:22PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী দৰবাৰ চাহিবৰ প্ৰাক্তন প্ৰধান গ্ৰন্থী সিং চাহিব গিয়ানী জগতাৰ সিং জীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

এটা এক্স পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্রী দৰবাৰ চাহিবৰ প্রাক্তন প্ৰধান গ্ৰন্থী সিং চাহিব গিয়ানী জগতাৰ সিং জীৰ বিয়োগত মৰ্মাহত হৈছো। গুৰু চাহিব সকলৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মানৱতাৰ সেৱাৰ বাবে তেওঁৰ জ্ঞানৰ প্ৰাচুৰ্য আৰু প্ৰচেষ্টাৰ বাবে তেওঁ চিৰস্মৰণীয় হৈ থাকিব। তেওঁৰ পৰিয়াল আৰু অনুগামীসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ।”

 

 

*******

DS/ST


(रिलीज़ आईडी: 2188257) आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Malayalam , Kannada , English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu