প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ফ্ৰান্সৰ চেৰ্জীৰ থিৰুভাল্লুভাৰৰ প্ৰতিমূৰ্তি ফ্ৰান্স আৰু ভাৰতৰ মাজত থকা সাংস্কৃতিক বান্ধোনৰ এক সুন্দৰ প্ৰতিফলনঃ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
10 DEC 2023 8:10PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ চেৰ্জীৰ থিৰুভাল্লুভাৰৰ প্ৰতিমূৰ্তিক ফ্ৰান্স আৰু ভাৰতৰ মাজত থকা সাংস্কৃতিক বান্ধোনৰ এক সুন্দৰ প্ৰতিফলন বুলি অভিহিত কৰিছে।
ফ্ৰান্সৰ এখন চহৰ চেৰ্জীৰ মেয়ৰ জ্যাঁ-পল জ্যেণ্ডনে ফ্ৰান্সৰ চেৰ্জীত থিৰুভাল্লুভাৰ প্ৰতিমূৰ্তিৰ উদ্বোধনৰ কেইবাখনো আলোকচিত্ৰ পোষ্ট কৰিছে।
জ্যাঁ-পল জ্যেণ্ডনৰ এক্সৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;
"ফ্ৰান্সৰ চেৰ্জীৰ থিৰুভাল্লুভাৰৰ প্ৰতিমূৰ্তিটো আমাৰ উমৈহতীয়া সাংস্কৃতিক বান্ধোনৰ এক সুন্দৰ প্ৰতিফলন। থিৰুভাল্লুভাৰ জ্ঞান আৰু জ্ঞানৰ প্ৰতীক হিচাপে চিৰজ্যোতিস্মান। তেওঁৰ লেখাই সমগ্ৰ বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰে।"
“பிரான்சின் செர்ஜியில் உள்ள திருவள்ளுவர் சிலை, நமது கலாச்சாரப் பிணைப்புகளுக்கு அழகான ஒரு சான்றாகும். திருவள்ளுவர் ஞானம் மற்றும் அறிவின் அடையாளமாக உயர்ந்து நிற்கிறார். அவரது எழுத்துக்கள் உலகம் முழுவதும் உள்ள லட்சக் கணக்கானவர்களை ஊக்குவிக்கின்றன.”
***
DS/ST/DD
(रिलीज़ आईडी: 2186930)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam