প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

সমবায়ৰ বিশ্বব্যাপী ৰেংকিঙত প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে আমুল আৰু ইফকো (IFFCO)ক অভিনন্দন জনাইছে

Posted On: 05 NOV 2025 10:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ দুখন আগশাৰীৰ সমবায় আমুল আৰু ইফকো (IFFCO)ক সমবায়ৰ বাবে বিশ্বব্যাপী ৰেংকিঙত ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান দখল কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। "ভাৰতৰ সমবায় খণ্ডটো সজীৱ আৰু বহু জীৱনক ৰূপান্তৰিত কৰি আছে। আমাৰ চৰকাৰে আগন্তুক সময়ত এই খণ্ডটোক অধিক উৎসাহিত কৰাৰ বাবে অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে", শ্ৰী মোদীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

 

"আমুল আৰু ইফকোলৈ অভিনন্দন। ভাৰতৰ সমবায় খণ্ডটো সজীৱ আৰু বহু  জীৱনকো ৰূপান্তৰিত কৰিছে। আমাৰ চৰকাৰে আগন্তুক সময়ত এই খণ্ডটোক অধিক উৎসাহিত কৰাৰ বাবে অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে।"

 

***

MJPS/VJ/DM


(Release ID: 2186927) Visitor Counter : 4