প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জনালে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 NOV 2025 10:16PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেৱ দীপাৱলী উপলক্ষ্যে শুভেচ্ছা জ্ঞাপন কৰিছে।"বাবা বিশ্বনাথৰ পবিত্ৰ নগৰখন আজি দেৱ দীপাৱলীৰ অতুলনীয় উজ্জ্বলতাৰে আলোকিত হৈছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:
"দেৱ দীপাৱালীৰ অতুলনীয় পোহৰেৰে আজি আলোকিত হৈছে বাবা বিশ্বনাথৰ পৱিত্ৰ নগৰী।মা গংগাৰ পাৰত কাশীৰ ঘাটত জ্বলি থকা লাখ লাখ দীপে সকলোৰে বাবে সুখ আৰু সমৃদ্ধিৰ কামনা কৰে। এই ঐশ্বৰিকতাই সকলোৰে হৃদয় আৰু আত্মাক মোহিত কৰাটো নিশ্চিত।"
দেৱ দীপাৱলীত আপোনালোক সকলোকে আন্তৰিক শুভেচ্ছা জনালোঁ। হৰ হৰ মহাদেৱ!"
“কাশীত দৃষ্টিনন্দন দেৱ দীপাৱলী!”
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2186918)
অতিথি কক্ষ : 23
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam