কেবিনেট
azadi ka amrit mahotsav

বন্দে মাতৰম গীতৰ ১৫০ বছৰ উদযাপনত কেবিনেটৰ অনুমোদন

प्रविष्टि तिथि: 01 OCT 2025 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত  কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ স্বাধীনতা সংগ্ৰামত ঐতিহাসিক ভূমিকা গ্ৰহণ কৰা জাতীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে  দেশজুৰি  অনুষ্ঠান উদযাপনত  অনুমোদন জনাইছে।  এই উদযাপনৰ লক্ষ্য হৈছে দেশজুৰি গ্ৰহণ কৰা  পদক্ষেপেৰে  ছাত্ৰ-ছাত্ৰী, বিশেষকৈ যুৱক-যুৱতীসকলক  গীতটোৰ তাৎপৰ্য্যৰ প্ৰতি সজাগ কৰি তোলা।

 

***

MJPS/SR/DM


(रिलीज़ आईडी: 2185781) आगंतुक पटल : 29
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Odia , English , Urdu , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Tamil , Kannada , Malayalam