গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশবাসীলৈ পবিত্ৰ ছঠ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে

আনন্দ, উৎসাহ আৰু সুখেৰে পৰিপূৰ্ণ এই পৰম উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক

ছঠি মাইয়াই সকলোকে আশীৰ্বাদ দিয়ক

प्रविष्टि तिथि: 27 OCT 2025 11:03AM by PIB Guwahati

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে দেশবাসীলৈ পবিত্ৰ ছঠ উৎসৱৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

এক্স প্লেটফৰ্মত কৰা এটা প’ষ্টত কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয়, পবিত্ৰ ছঠ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালোঁ। তেওঁ কয় যে আনন্দ, উৎসাহ আৰু সুখেৰে পৰিপূৰ্ণ এই পৰম উৎসৱে সকলোৰে জীৱনলৈ নতুন শক্তি আৰু সমৃদ্ধিৰ সঞ্চাৰ কৰক। ছঠি মাইয়াই সকলোকে আশীৰ্বাদ দিয়ক।

*****

RK / RR / PS/SB
 


(रिलीज़ आईडी: 2183133) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Punjabi , Gujarati , Tamil , Telugu , Kannada