প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচনত জয়লাভৰ বাবে মৰিচাছৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী ডাঃ নবীন ৰামগুলামক অভিনন্দন জনায়

प्रविष्टि तिथि: 11 NOV 2024 8:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ঐতিহাসিক নিৰ্বাচনী বিজয়ৰ বাবে নিৰ্বাচিত প্ৰধানমন্ত্ৰী মাননীয় ডঃ নবীন ৰামগুলামক অভিনন্দন জনায়।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছেঃ

মোৰ বন্ধু @Ramgoolam_Dr ৰ সৈতে এক উষ্ণ বাৰ্তালাপত মই তেওঁৰ ঐতিহাসিক নিৰ্বাচনী বিজয়ৰ বাবে তেওঁক অভিনন্দন জনাইছো। মই তেওঁক মৰিচাছৰ নেতৃত্বৰ সফলতা কামনা কৰিলো আৰু ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো। আমাৰ বিশেষ আৰু অনন্য অংশীদাৰিত্বক শক্তিশালী কৰিবলৈ একেলগে কাম কৰিবলৈ আগ্ৰহী।

MJPS/SR


(रिलीज़ आईडी: 2178300) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam