প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ সপ্তম দিনা দেৱী কালাৰাত্ৰীৰ ওচৰত প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ
পোষ্ট কৰা হৈছে:
09 OCT 2024 8:56AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰীৰ সপ্তম দিনা দেৱী কালাৰাত্ৰীৰ ওচৰত প্ৰাৰ্থনা জনাইছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
"নৱৰাত্ৰিৰ মহাসপ্তমী মা কালৰাত্ৰিৰ পূজাৰ পবিত্ৰ দিন। মাতৃৰ কৃপাৰে তেওঁৰ সকলো ভক্তৰ জীৱন ভয়মুক্ত হওক, এই কামনা কৰিলো। মা কালৰাত্ৰিৰ এক স্তুতি আপোনালোক সকলোৰে বাবে..."
MJPS/SR
(ৰিলিজ আই ডি : 2178235)
অতিথি কক্ষ : 18
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam