প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে আইৰনমেন চেলেঞ্জ সম্পূৰ্ণ কৰা সাংসদ তেজস্বী সূৰ্যক প্ৰশংসা কৰে
Posted On:
27 OCT 2024 9:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ লোকসভা সাংসদ শ্ৰী তেজস্বী সূৰ্য্যৰ 'আয়ৰনমেন চেলেঞ্জ' সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে।
শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:
প্ৰশংসনীয় কাৰ্য!
মই নিশ্চিত যে ইয়ে বহুতো যুৱক-যুৱতীক ফিটনেছ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে অনুপ্ৰাণিত কৰিব।
MJPS/SR
(Release ID: 2178225)
Visitor Counter : 6
Read this release in:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam