প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

কেৰালাৰ গুৰুভায়ুৰস্থিত গুৰুভায়ুৰ মন্দিৰত দৰ্শন আৰু পূজা আগবঢ়ালে প্ৰধানমন্ত্ৰীয়ে

प्रविष्टि तिथि: 17 JAN 2024 1:59PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ গুৰুভায়ুৰস্থিত গুৰুভায়ুৰ মন্দিৰত দৰ্শন আৰু পূজা আগবঢ়ায়।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

পবিত্ৰ গুৰুভায়ুৰ মন্দিৰত প্ৰাৰ্থনা কৰিছিলো। এই মন্দিৰৰ ঐশ্বৰিক শক্তি অপৰিসীম। মই প্ৰাৰ্থনা কৰিছো যে প্ৰতিজন ভাৰতীয় সুখী আৰু সমৃদ্ধিশালী হওক। 

 

DS/TS


(रिलीज़ आईडी: 2178201) आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam