প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মকৰ সংক্ৰান্তিৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 15 JAN 2024 9:38AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তিৰ উপলক্ষে জনসাধাৰণক শুভেচ্ছা জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ

সাধনা-ধ্যান আৰু দান-পুন্যৰ পবিত্ৰ পৰম্পৰাৰ সৈতে জড়িত পবিত্ৰ উৎসৱ মকৰ সংক্ৰান্তিৰ বাবে বহুত বহুত শুভকামনা। প্ৰকৃতিৰ এই উৎসৱত উত্তৰাণ সূৰ্যদেৱক দেশৰ সকলো পৰিয়ালক সুখ-সমৃদ্ধি, সৌভাগ্য আৰু উত্তম স্বাস্থ্য প্ৰদান কৰাৰ বাবে প্ৰাৰ্থনা জনাইছো।

DS/TS


(रिलीज़ आईडी: 2178170) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam