প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

অস্ত্ৰোপচাৰৰ পিছত ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সুস্বাস্থ্য আৰু শীঘ্ৰে আৰোগ্য কামনা প্ৰধানমন্ত্ৰীৰ

प्रविष्टि तिथि: 12 DEC 2024 9:50PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাক তেওঁৰ অস্ত্ৰোপচাৰৰ পিছত সুস্বাস্থ্য আৰু দ্ৰুত আৰোগ্য কামনা কৰে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে এক্স'ত কৰা এটা পোষ্টৰ প্ৰত্যুত্তৰত শ্ৰী মোদীয়ে লিখিছেঃ

"মই জনাবলৈ পাই সুখী যে ৰাষ্ট্ৰপতি @LulaOficialৰ অস্ত্ৰোপচাৰ সফল হৈছে আৰু তেওঁ সুস্থ হোৱাৰ পথত আছে। তেওঁৰ শক্তি আৰু সুস্বাস্থ্য কামনা কৰিছো।"

MJPS/SR


(रिलीज़ आईडी: 2178133) आगंतुक पटल : 14
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam