প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী শ্যাম বেনেগলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
পোষ্ট কৰা হৈছে:
23 DEC 2024 11:00PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰবীণ চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী শ্যাম বেনেগলৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছেঃ
"শ্ৰী শ্যাম বেনেগল জীৰ বিয়োগত গভীৰভাৱে মৰ্মাহত হৈছো, তেওঁৰ গল্পকাৰিত্বই ভাৰতীয় চলচ্চিত্ৰ জগতত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁৰ সৃষ্টিৰাজি বিভিন্ন শ্ৰেণীৰ মানুহে আদৰ কৰি থাকিব। তেওঁৰ পৰিয়াল আৰু গুণমুগ্ধসকললৈ সমবেদনা জনাইছো। ওম শান্তি।
MJPS/TS/PM
(ৰিলিজ আই ডি : 2178115)
অতিথি কক্ষ : 21
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam