প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

পোষ্ট কৰা হৈছে: 28 DEC 2024 4:04PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে এক্সৰ এটা পোষ্টত লিখিছে:

"প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। ভাৰতৰ প্ৰতি তেওঁৰ সেৱা সদায়ে মূল্যৱান হৈ ৰ'ব।"

 

 


(ৰিলিজ আই ডি : 2178111) অতিথি কক্ষ : 24