প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

‘তৈলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) আইন ১৯৪৮’ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হোৱা কথাক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে

प्रविष्टि तिथि: 03 DEC 2024 7:12PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ‘তৈলক্ষেত্ৰ (নিয়ন্ত্ৰণ আৰু উন্নয়ন) আইন ১৯৪৮’ৰ প্ৰস্তাৱিত সংশোধনী গৃহীত হোৱাৰ কথাক প্ৰশংসা কৰে। তেওঁ মন্তব্য কৰে যে এইখন এখন গুৰুত্বপূৰ্ণ আইন যি শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ লগতে এক সমৃদ্ধ ভাৰতলৈ অৰিহণা যোগাব।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী হৰদীপ সিং পুৰীৰয়ে ‘এক্স’-ত কৰা এটা ‘পোষ্ট’-ৰ সঁহাৰি দি শ্ৰী মোদীয়ে লিখিছে:

"এইখন এখন গুৰুত্বপূৰ্ণ আইন যি শক্তি সুৰক্ষা বৃদ্ধি কৰাৰ লগতে এক সমৃদ্ধ ভাৰতলৈ অৰিহণা যোগাব।"

 

https://t.co/7DduJWrlU3

— Narendra Modi (@narendramodi) December 3, 2024

 

***

MJPS/SR/KB


(रिलीज़ आईडी: 2177157) आगंतुक पटल : 10
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam