প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জনসেৱাত ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতিয়ে জনোৱা শুভেচ্ছাৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

Posted On: 09 OCT 2025 1:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৪ বছৰৰ অবিৰত সেৱা সম্পূৰ্ণ কৰাৰ বাবে উপ-ৰাষ্ট্ৰপতি শ্ৰী চি পি ৰাধাকৃষ্ণনৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

এক্সত উপ-ৰাষ্ট্ৰপতিৰ পোষ্টৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়ঃ

 “উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ জী, আপোনাৰ উৎসাহপূৰ্ণ কথাৰ বাবে বহুত বহুত ধন্যবাদ। ৰাষ্ট্ৰৰ সেৱা তথা ১৪০ কোটি ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা পূৰণৰ হকে কাম কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়।

@CPR_VP” 

***

MJPS/ST/NB


(Release ID: 2176822) Visitor Counter : 21