প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

শ্ৰী মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ আশু আৰোগ্য কামনা কৰিলে প্ৰধানমন্ত্ৰীয়ে

Posted On: 02 OCT 2025 11:01AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে কথা পাতি তেওঁৰ স্বাস্থ্যৰ বুজ লয় । তেওঁ শ্ৰী খাৰ্গেৰ  দ্ৰুত আৰু সম্পূৰ্ণ আৰোগ্য কামনা কৰে।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়-

‘খাৰ্গে জীৰ সৈতে কথা পাতিলোঁ।তেওঁৰ স্বাস্থ্যৰ বিষয়ে বুজ লৈ তেওঁৰ আশু আৰোগ্য কামনা কৰিলোঁ।

তেওঁৰ অবিৰত মংগল আৰু দীৰ্ঘায়ুৰ বাবে প্ৰাৰ্থনা।

@kharge”

 

 

MJPS/SR/DM


(Release ID: 2174251) Visitor Counter : 3