প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
प्रविष्टि तिथि:
26 SEP 2025 8:51AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জয়ন্তী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
এক্সত পোষ্ট কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়ঃ
‘প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং জীলৈ তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি। ৰাজহুৱা জীৱনৰ দীৰ্ঘ সময়ছোৱাত তেওঁ আমাৰ ৰাষ্ট্ৰলৈ আগবঢ়োৱা অৱদানৰ কথা আমি স্মৰণ কৰিছো।’
***
MJPS/SR/MK
(रिलीज़ आईडी: 2171574)
आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali-TR
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam