প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা প্ৰধানমন্ত্ৰীৰ

পোষ্ট কৰা হৈছে: 25 SEP 2025 8:08AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ চতুৰ্থ দিনা মা কুষ্মাণ্ডাক প্ৰাৰ্থনা কৰে।

এক্সত এটা ভিডিঅ’ শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়ঃ

““নৱৰাত্ৰিত আজি দেৱী মাৰ চতুৰ্থ স্বৰূপ কুষ্মাণ্ডাক মই সশ্ৰদ্ধ প্ৰণাম! সূৰ্য্যৰ দৰে উজ্জ্বল মাতৃ দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে তেওঁৰ সকলো ভক্তক সমৃদ্ধি আৰু সুখৰ আশীৰ্বাদ দিয়ক। তেওঁৰ ঐশ্বৰিক পোহৰে সকলোৰে জীৱন আলোকিত কৰক।”

https://www.youtube.com/watch?v=K80a0dZzyKM

***

MJPS/SR/DB


(ৰিলিজ আই ডি : 2171265) অতিথি কক্ষ : 23