প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আয়ুষ্মান ভাৰতে যোৱা সাত বছৰত সাৰ্বজনীন স্বাস্থ্য আৱৰণৰ ক্ষেত্ৰত সাধিত পৰিৱৰ্তনক প্ৰতিফলিত কৰা এটা প্ৰবন্ধ শ্বেয়াৰ কৰিলে প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 23 SEP 2025 1:15PM by PIB Guwahati

প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জগত প্ৰকাশ নাড্ডাই আয়ুষ্মান ভাৰতে সাৰ্বজনীন স্বাস্থ্য আৱৰণৰ  প্ৰতিশ্ৰুতিৰ পৰা জন আন্দোলনলৈ যোৱা  সাত বছৰত কঢ়িয়াই অনা পৰিৱৰ্তনৰ বিষয়ত লিখা এটা প্ৰবন্ধ শ্বেয়াৰ কৰে।

এক্সৰ  পিএমঅ’ ইণ্ডিয়াৰ হেণ্ডেলত এনেদৰে পোষ্ট কৰা হৈছেঃ

“৭ বছৰ বয়সত আয়ুষ্মান ভাৰত - প্ৰতিশ্ৰুতিৰ পৰা সাৰ্বজনীন স্বাস্থ্য আৱৰণৰ বাবে জন আন্দোলনলৈ।

এই ৰূপান্তৰ কেনেদৰে প্ৰতিজন নাগৰিকৰ স্বাস্থ্য ৰক্ষাৰ বাবে চৰকাৰৰ সংকল্পৰ প্ৰমাণ হিচাপে থিয় দিছে আৰু আমি কিমান দূৰ আগবাঢ়িছো সেয়া জানিবলৈ  কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী @JPNadda ই লিখা  এই লেখাটো পঢ়ক  !”

 

MJPS/SR/DM


(ৰিলিজ আই ডি : 2170424) অতিথি কক্ষ : 18