প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক প্ৰণাম প্ৰধানমন্ত্ৰীৰ
प्रविष्टि तिथि:
23 SEP 2025 9:10AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱী ব্ৰহ্মচাৰিণীক প্ৰণাম জনাইছে।
এটা ভিডিঅ’ শ্বেয়াৰেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰেঃ
“এই নৱৰাত্ৰিত মাতৃ ব্ৰহ্মচাৰিণীৰ শ্ৰী চৰণত মোৰ শত-কোটি প্ৰণাম জনালোঁ! দেৱী মায়ে তেওঁৰ সকলো সাধককে সাহস আৰু সংযমৰ আশীৰ্বাদ প্ৰদান কৰে যেন।”
***
MJPS/SR/SB
(रिलीज़ आईडी: 2169980)
आगंतुक पटल : 25
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam