গৃহ মন্ত্ৰালয়
আজি নক্সালবাদীৰ বিৰুদ্ধে আন এক বৃহৎ বিজয় অৰ্জন কৰাৰ বাবে নিৰাপত্তা বাহিনীক প্ৰশংসা কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ
মহাৰাষ্ট্ৰ-চত্তীশগড় সীমান্তৰ নাৰায়ণপুৰৰ আবুঝ্মাদ অঞ্চলত দুই কেন্দ্ৰীয় সমিতিৰ সদস্য নক্সাল নেতা-কাদাৰী সত্যনাৰায়ণ ৰেড্ডী ওৰফে কোছা আৰু কট্টা ৰামচন্দ্ৰ ৰেড্ডীক হত্যা কৰে নিৰাপত্তা বাহিনীয়ে
দুয়োজন নক্সাল নেতাৰ মূৰৰ দাম আছিল ৪০ লাখ টকা
আমাৰ নিৰাপত্তা বাহিনীয়ে পদ্ধতিগতভাৱে নক্সালৰ শীৰ্ষ নেতৃত্বক নিশেষ কৰিছে, ৰঙা সন্ত্ৰাসৰ মেৰুদণ্ড ভাঙিছে
प्रविष्टि तिथि:
22 SEP 2025 7:30PM by PIB Guwahati
কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নক্সালবাদীৰ বিৰুদ্ধে আন এক বৃহৎ বিজয় অৰ্জন কৰাৰ বাবে নিৰাপত্তা বাহিনীক প্ৰশংসা কৰে।
এক্স প্লেটফৰ্মৰ এটা পোষ্টত কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে আজি আমাৰ নিৰাপত্তা বাহিনীয়ে নক্সালবাদীৰ বিৰুদ্ধে আন এক বৃহৎ জয় লাভ কৰিছে। মহাৰাষ্ট্ৰ-চত্তীশগড় সীমান্তৰ নাৰায়ণপুৰৰ আবুঝ্মাদ অঞ্চলত আমাৰ বাহিনীয়ে দুই কেন্দ্ৰীয় সমিতিৰ সদস্য নক্সাল নেতা কাদাৰী সত্যনাৰায়ণ ৰেড্ডী ওৰফে কোছা, কট্টা ৰামচন্দ্ৰ ৰেড্ডীক হত্যা কৰে। দুয়োজন নক্সাল নেতাৰ মূৰৰ দাম আছিল ৪০ লাখ টকা। আমাৰ নিৰাপত্তা বাহিনীয়ে পদ্ধতিগতভাৱে নক্সালৰ শীৰ্ষ নেতৃত্বক নিশেষ কৰিছে, ৰঙা সন্ত্ৰাসৰ মেৰুদণ্ড ভাঙিছে।
RK / VV / RR / PS
(रिलीज़ आईडी: 2169895)
आगंतुक पटल : 13
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Kannada
,
Malayalam