প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে

प्रविष्टि तिथि: 09 SEP 2025 11:02PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্বাচিত উপ-ৰাষ্ট্ৰপতি শ্ৰী চিপি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনায়।

এক্স-ৰ এটা প’ষ্টত শ্ৰী মোদীয়ে এইদৰে লিখিছেঃ

“শ্ৰী চিপি ৰাধাকৃষ্ণন ডাঙৰীয়াক সাক্ষাৎ কৰি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভৰ বাবে তেওঁক অভিনন্দন জনাওঁ।

@CPRGuv”

***

MJPS/SR/SB
 


(रिलीज़ आईडी: 2167055) आगंतुक पटल : 24
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Bengali-TR , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam