প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
Posted On:
12 SEP 2025 12:16PM by PIB Guwahati
ভাৰতৰ পঞ্চদশ উপ-ৰাষ্ট্ৰপতি হিচাপে থিৰু চি পি ৰাধাকৃষ্ণনৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰী ৰাধাকৃষ্ণনলৈ ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ
“থিৰু চি পি ৰাধাকৃষ্ণন জীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰো। তেওঁ এগৰাকী নিষ্ঠাবান জনসেৱক, যিয়ে নিজৰ জীৱন ৰাষ্ট্ৰ নিৰ্মাণ, সমাজসেৱা আৰু গণতান্ত্ৰিক মূল্যবোধক শক্তিশালী কৰাৰ বাবে উৎসৰ্গা কৰিছে। ৰাইজৰ সেৱাৰ হকে উৎসৰ্গিত, উপ-ৰাষ্ট্ৰপতি পদৰ সফল কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জ্ঞাপন কৰিছো।
@VPIndia
@CPRGuv”
Attended the oath-taking ceremony of Thiru CP Radhakrishnan Ji. A dedicated public servant, he has devoted his life to nation-building, social service and strengthening democratic values. Wishing him a successful Vice Presidential tenure, dedicated to the service of the people.… pic.twitter.com/XvVmCqcomf
— Narendra Modi (@narendramodi) September 12, 2025
***
MJPS/SR/MK
(Release ID: 2165905)
Visitor Counter : 2
Read this release in:
Tamil
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam