প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
মিলাদ-উন-নবী উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
05 SEP 2025 8:31AM by PIB Guwahati
মিলাদ-উন-নবী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। "এই পবিত্ৰ দিনটোৱে আমাৰ সমাজলৈ শান্তি আৰু মংগল কঢ়িয়াই আনক। দয়া, সেৱা তথা ন্যায়ৰ মূল্যবোধে আমাক সদায় পথ প্ৰদৰ্শন কৰক", শ্ৰী মোদীয়ে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;
"মিলাদ-উন-নবী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।"
এই পবিত্ৰ দিনটোৱে আমাৰ সমাজলৈ শান্তি আৰু মংগল কঢ়িয়াই আনক। মমতা, সেৱা তথা ন্যায়ৰ মূল্যবোধে আমাক সদায় পথ প্ৰদৰ্শন কৰক।
ঈদ মোবাৰক!"
***
MJPS/VJ/DM
(ৰিলিজ আই ডি : 2164088)
অতিথি কক্ষ : 34
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam