প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
বিটিং ৰিট্ৰিট অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী
प्रविष्टि तिथि:
29 JAN 2025 10:19PM by PIB Guwahati
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিটিং ৰিট্ৰিট অনুষ্ঠানত অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীয়ে X ত পোষ্ট কৰিছে :
"আমাৰ সশস্ত্ৰ বাহিনীৰ পৰম্পৰা আৰু আত্মাৰ এক সুন্দৰ প্ৰদৰ্শন, মহিমামণ্ডিত বিটিং ৰিট্ৰিট অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। ইয়াত কিছু আভাস দিয়া হ'ল।"
MJPS/ST
(रिलीज़ आईडी: 2159595)
आगंतुक पटल : 36
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam