প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

পদ্ম বঁটা বিজয়ী তথা বিশিষ্ট উদ্ভিদ বিজ্ঞানী ড০ কে এছ মণিলালৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

प्रविष्टि तिथि: 01 JAN 2025 10:29PM by PIB Guwahati


 

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পদ্ম বঁটা বিজয়ী তথা বিশিষ্ট উদ্ভিদবিদ ড° কে এছ মণিলালৰ মৃত্যুত শোক প্ৰকাশ কৰে।

এক্সৰ ওপৰত এটা পোষ্টত তেওঁ লিখিছে-

"পদ্মা বঁটা বিজয়ী তথা বিশিষ্ট উদ্ভিদবিদ ড° কে এছ মণিলাল জীৰ মৃত্যুত দুঃখিত হৈছো। উদ্ভিদ বিজ্ঞানত তেওঁৰ চহকী কাম আগন্তুক উদ্ভিদবিদ আৰু গৱেষকৰ প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈ থাকিব। কেৰালাৰ ইতিহাস আৰু সংস্কৃতিৰ প্ৰতি তেওঁ সমানেই আবেগিক আছিল। এই শোকৰ সময়ত তেওঁৰ পৰিয়াল আৰু বন্ধু-বান্ধৱসকলক মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ।। ওম শান্তি।"


(रिलीज़ आईडी: 2159524) आगंतुक पटल : 11
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam