প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ফলাফলৰ তালিকা: চিলিৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ

পোষ্ট কৰা হৈছে: 01 APR 2025 6:45PM by PIB Guwahati

S. No.

বুজাবুজি চুক্তিৰ শিৰোনাম

1

এন্টাৰ্কটিকা সহযোগিতাৰ ওপৰত উদ্দেশ্য পত্ৰ

2

ভাৰত – চিলি সাংস্কৃতিক বিনিময় কাৰ্যসূচী

3

দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰতিৰোধ আৰু সঁহাৰি সেৱা, (SENAPRED) আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষ (NDMA)ৰ মাজত বুজাবুজি চুক্তি

4

CODELCO আৰু হিন্দুস্তান কপাৰ লিমিটেড (এইচচিএল)ৰ মাজত বুজাবুজিৰ চুক্তি

MJPS/SR/SKS
 


(ৰিলিজ আই ডি : 2159423) অতিথি কক্ষ : 26